WEEKLY JOB UPDATES সপ্তাহটোৰ চাকৰিৰ খৱৰ


  1. উত্তৰ লখিমপুৰৰ টাটা মটৰ্ছৰ অন্যতম অগ্ৰণী ডিলাৰ গ্লৰিয়াছ মটৰ্ছ প্ৰাইভেট লিমিটেডত খালী হৈছে ২টা পদ আৱেদন প্ৰেৰণৰ বাবে অন্তিম দিন : ২৪ ফেব্ৰুৱাৰী আৱেদন প্ৰেৰণৰ বাবে ইমেইল আইডি : hr.glorious4@gmail.com
  2. নলবাৰীৰ এখন আগশাৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান বেলশৰস্থিত গোপাল চন্দ্ৰ একাডেমীত প্ৰয়োজন হোৱা সহঃ শিক্ষকৰ ৬টা পদ পূৰণৰ বাবে আৱেদন বিচৰা হৈছে অধিক জানিবৰ বাবে ফোন নম্বৰ : 94354 81822, 91015 41105, আৱেদন গ্ৰহণৰ অন্তিম দিন : ১৫ মাৰ্চ
  3. নগাঁও শ্ৰী বিদ্যা ইনষ্টিটিউটত আৱশ্যক হৈছে মাৰ্কেটিং এগজিকিউটিভৰ পদ আৱেদন গ্ৰহণৰ অন্তিম দিন : ১৭ ফেব্ৰুৱাৰী সবিশেষ জানিবৰ বাবে যোগাযোগ নম্বৰ : 73993 54469, 87218 19112
  4. নুমলীগড়ৰ কল্পতৰু একাডেমীত আবাসিক সহকাৰী অধ্যাপকৰ একাধিক পদৰ বাবে প্ৰাৰ্থীৰ সন্ধান কৰা হৈছে অধিক জানিবৰ বাবে ফোন নম্বৰ : 70023 28603, 94351 54106 আৱেদন পত্ৰ প্ৰেৰণৰ বাবে ইমেইল আইডি : pres.secy.kan@gmail.com
  5. কামৰূপৰ গ্ৰাম্য অঞ্চলত সেৱা আগবঢ়াবলৈ শিক্ষক-প্ৰশিক্ষক বিচৰা হৈছে আৱেদন পত্ৰ প্ৰেৰণৰ বাবে ইমেইল আইডি : tamanna.alisha@learninglinksindia.org, অধিক জানিবৰ বাবে ফোন নম্বৰ : ৮৬৩৮৫ ৭০৬৩৯
  6. অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত সেৱা আগবঢ়াবলৈ এটা প্ৰতিষ্ঠানৰ ফালৰ পৰা ছেলছ এগজিকিউটিভ, একাউনটেণ্ট, এডমিনিষ্ট্ৰেটিভ মেনেজাৰ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে আৱেদন পত্ৰ প্ৰেৰণৰ বাবে -মেইল আইডি : career@pragjyoti.com/ritesh@pragjyoti.com
  7. গুৱাহাটীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালত ভিন্ন শিতানৰ বহুকেইটা পদ খালী আৱেদন গ্ৰহণৰ অন্তিম দিন : ১৮ ফেব্ৰুৱাৰী আগ্ৰহী প্ৰাৰ্থীয়ে আৱেদন ইমেইল কৰিবলৈ ইমেইল আইডি : hrdsmda@marwarihospitals.com
  8. ৰাজ্যখনৰ বন তথা প্ৰকৃতি খণ্ডত কৰ্মৰত স্বেচ্ছাসেৱী সংগঠন আৰণ্যকত ডকুমেনটেচন অফিচাৰ বিচৰা হৈছে সবিশেষ জানিবৰ বাবে ৱেবছাইটwww.aaranyak.org, অধিক জানিবৰ বাবে ফোন নম্বৰ : 94766 92003

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.