Assamese Whatsapp Puzzle No 4 Answer

Assam Puzzle No 4.(Answer)



Answers:



যিহেতু এইটো এটা Puzzle হয় গতিকে প্ৰশ্নৰ উপৰতে উত্তৰ সোমাই আছে । ৩ নং গৰাকী হত্যাকাৰী হয় । কাৰণ তেখেতৰ টেবুলত খানাৰ অৰ্ডাৰ দিয়া হোৱা নাই আৰু অৰ্ডাৰ অহাত আগতেই তেখেতৰ টেবুলত চুৰি এখন আছে ।লগতে মাৰ্ডাৰটো লেডিজ বাথৰুমত হৈছে । গতিকে মহিলা হোৱাটো নিশ্চিত ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.