Assamese Puzzle Answers

Assam Puzzle No 1.(Answer)


Answers:



যিহেতু এইটো এটা Puzzle হয় গতিকে প্ৰশ্নৰ উপৰতে উত্তৰ সোমাই আছে । প্ৰথমে আপুনি ৪ টা আপেল এটা এটাকৈ ৪ জন শিশুক দিব লাগিব । আৰু শেষৰ আপেলটো বাচকেটৰ ভিতৰত ভৰাই বাচকেটৰ সৈতে আপেলটো শিশুটোক দিব লাগিব । মনত ৰাখিব চৰ্ত আছিল এটা আপেল বাচকেটৰ ভিতৰত থাকিব লাগিব । গতিকে শেষৰ আপেলটো বাচকেটৰ ভিতৰত ভৰাই বাচকেটৰ সৈতে আপেলটো শিশুটোক দিব লাগিব ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.