ইন্টাৰনেট বন্ধ হব বুলি প্ৰচাৰ ফেচবুকত ! হব জেইল ! INTERNET SHUT DOWN NEWS ANALYSIS |

শেহতীয়াকৈ কৰণা ভাইৰাছৰ সন্ত্ৰাসে সমগ্ৰ দেশক ভিতিগ্ৰস্থ কৰি তোলাৰ সময়তে চচিয়েল মিডিয়াত ভাইৰেল হৈছে ইন্টাৰনেট বন্ধ হোৱাৰ বাতৰি । আপুনি যদি লক্ষ্য কৰে বা ভালদৰে চায় ভাইৰেল কৰিব খোজা বাতৰিটোৰ যিটো ফটো সেই ফটোখন ফটোশ্বপত ইডিত কৰি এটা নিউজ চেনেলৰ নামত প্ৰচাৰ কৰা হৈছে ।৪৫ দিন ইন্টাৰমেট বন্ধ বুলি কৰা এই বাতৰি চচিয়েল মিডিয়াত বিয়পি পৰা লগে লগে অসম পুলিচে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা হাতত লৈছে ।

অসম পুলিচে ফেচবুকত জনায় যে এই বাতৰি ভুৱা আৰু এই বাতৰি প্ৰচাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে উচিত শা্স্তিত ব্যৱস্থা কৰিব । ইয়াৰ লগতে যিসকলে এই বাতৰি শ্বেয়াৰ কৰি ভাইৰেল কৰাত সহায় কৰিছিল তেঁওলোকৰ বি্ৰুদ্ধেও উচিত ব্যৱস্থা লব অসম পুলিচে । গতিকে সাৱধান ! চচিয়েল মিডিয়াত কিবা এটা পালে শ্বেয়াৰ কৰি নুফুৰিব ।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.