চীনৰ পৰা বিশেষ বিমানযোগে অসম পালেহি ৫০ হেজাৰ পিপিই কিট

বুধবাৰে সন্ধিয়াৰ ভাগত চীনৰ পৰা অসমে আমদানি কৰা ৫০ হেজাৰ পিপিই কিট অসমত অৱতৰণ কৰে ।লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ ব্লু ডাৰ্টৰ বিশেষ বিমানযোগে অনা হয় এই পিপিই কিটসমূহ ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে চীনৰ গোৱানঝুৰ পৰা অনা হৈছে এই পিপিই কিটসমূহ ।উল্লেখযোগ্য এই যে, মন্ত্ৰীগৰাকীয়ে বিমানবন্দৰত উপস্থিত হৈ কিটসমূহ চমজি লয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা

Post a comment

0 Comments