চীনৰ পৰা বিশেষ বিমানযোগে অসম পালেহি ৫০ হেজাৰ পিপিই কিট
0
April 15, 2020
বুধবাৰে সন্ধিয়াৰ ভাগত চীনৰ পৰা অসমে আমদানি কৰা ৫০ হেজাৰ পিপিই কিট অসমত অৱতৰণ কৰে ।লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ ব্লু ডাৰ্টৰ বিশেষ বিমানযোগে অনা হয় এই পিপিই কিটসমূহ ।
Tags

Thank You.