স্বাস্থ্য বিভাগত বৃহৎ নিযু্ক্তি । অৰ্হতা অষ্টম মান উৰ্ত্তীণ । কিদৰে কৰিব আবেদন চাওক Assam Health Department Jobs 2022

অসম চৰকাৰৰ ডাইৰক্টৰেট অফ হেলথ চাৰ্ভিছ ডিপাৰমেন্টৰ অধীনত অসমৰ স্বাস্থ্য বিভাগৰ বাবে মুকলি হৈছে নতুনকৈ ১১৯২ টা গ্ৰেড ফৰ পদৰ চাকৰি ।  অতি সহজে আবেদন কৰিব পৰা এই চাকৰিৰ বিষয়ে আজি আমি আপোনালোকক জনাম । সবিশেষ জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

Assam Health Department Jobs 2022

খালী হোৱা পদৰ সংখ্যা-

১১৯২ টা
খালী পদৰ নাম -

গ্ৰেড ফৰ 

চকীদাৰ: 114
কুক: 18
বৈদ্যুতিক সহায়ক: 4
মহিলা সেৱক: 39
ক্ষেত্ৰ কৰ্মী: 24
গ্ৰেড-ফৰ: 402
ইনছেক সংগ্ৰাহক: 9
লেবৰেটৰী এটেণ্ডেণ্ট: 5
লেবৰেটৰী বিয়াৰাৰ: 6
পুৰুষ এটেণ্ডেণ্ট: 20 
নৈশ চকীদাৰ: 22 
অ'টি এটেণ্ডেণ্ট: 13
অ'পিডি এটেণ্ডেণ্ট: 14  
আউট ডৰ এটেণ্ডেণ্ট: 16
পিয়ন -  160
জ্যেষ্ঠ ক্ষেত্ৰ কৰ্মী: 160 
জ্যেষ্ঠ ক্ষেত্ৰ কৰ্মী: 7
চুইপাৰ/কেটাৰ: 145
ৱাৰ্ড বয়: 106
ৱাৰ্ড গাৰ্লচ: 79

চকিদাৰ: 4 

আবেদন প্ৰক্ৰিয়া -

অনলাইন

অনলাইন আবেদন আৰম্ভণীৰ দিন 

৮ ফেব্ৰুৱাৰী ,২০২২

আবেদনৰ অন্তিম দিন -

২৮ ফেব্ৰুৱাৰী ,২০২২

শিক্ষাগত অৰ্হতা -

৮ মান উৰ্ত্তীণ (মেট্ৰিক পাছ বা আন উচ্চ শিক্ষা থকা লোকেও আবেদন কৰিব পাৰিব)

দৰমহা -

12,000 টকাৰ পৰা 52,000 টকা লগতে গ্ৰেড পে 3900 টকা

বয়স -

১৮ৰ পৰা ৪০ বছৰ ভিতৰত যিকোনো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব । ইয়াৰোপৰিও অবিচিৰ বাবে ৩ বছৰ আৰু এছচি/এছটিৰ বাবে ৫ বছৰ ৰেহাই ।

আবেদন ফিজ -

কোনোধৰণৰ আবেদন ফিজ নাই ।

চাকৰিৰ স্থান -

অসমৰ বিভিন্ন জিলাৰ স্বাস্থ্য বিভাগ ।

কিদৰে আবেদন কৰিব পাৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।আপুনি নিজে নাইবা যিকোনো কম্পিউটাৰ দোকানত গৈ আবেদন কৰিব পাৰে । যদি অসুবিধা হয় আমি আবেদন কৰি দিম । আমাৰ অনলাইন আবেদনৰ চাৰ্জ ১৫০ টকা । আমাক কল কৰিব পাৰে 8984169157

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here    Click Here    Click Here 

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20https://www.assameseinfo.com/2022/02/assam-health-department-jobs-2022.html

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.