অসমৰ ভাৰতীয় ডাক বিভাগত চাকৰি - 40889 টা খালী পদ , আজিয়েই আবেদন কৰক | Assam Postal Department Jobs 2023

Assam Postal Department Jobs 2023

ভাৰতীয় ডাকসেৱাৰ অন্তৰ্গত অসম মণ্ডলত মুঠ ৪০৮৮৯ টা খালী পদৰ  ৪০৭ টা খালী পদৰ বাবে প্ৰাৰ্থী বিচাৰি আবেদন বিচাৰা হৈছে । কত কিদৰে কেনেকৈ আবেদন কৰিব সেইয়া সকলোবোৰ আজি আমি আপোনাক জনাম ।

অনলাইন আবেদনৰ আৰম্ভণীৰ দিন - ২৭ জানুৱাৰী , ২০২৩

Post Office Jobs in Assam

খালী হোৱা পদৰ নাম - 

গ্ৰামীণ ডাক সেৱক ( BRANCH POST MASTER/ ASST BRANCH POST MASTER)

খালী হোৱা পদৰ সংখ্যা - 

40889 টা

শিক্ষাগত অৰ্হতা - 

১০ ম মান উৰ্ত্তীণ 

দৰমহা - 

# বিপিএম: 12,000/- টকা -29,380/- টকা 
# এবিপিএম/ ডাক সেৱক: 10,000/- টকা -24,470/- টকা 
( লগতে ডিএ যোগ কৰা হব)

কাম কি হব - 

গ্ৰামীণ ডাক সেৱক সকলে গাও অঞ্চলৰ ডাকঘৰ সমূহ পৰিচালনাৰ দায়িত্বত থাকিব । এটা গাৱৰ ডাকঘৰত ৩ টা পদ থাকে । সেইয়া হৈছে ব্ৰাঞ্ছ পষ্ট মাষ্টাৰ(ডিএৰ সৈতে দৰমহা প্ৰায় ১৪০০০), এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টাৰ (ডিএৰ সৈতে দৰমহা প্ৰায় ১১ হাজাৰ) । মন কৰিব লগীয়া এই যে গ্ৰামীণ ডাক সেৱক সকলে মাত্ৰ ৪ ঘন্টা কাম কৰিব লাগে ।

বয়স - 

আবেদন ফিজ - 

ইচ্চুক প্ৰাৰ্থীসকলে আবেদন কৰোতে ১০০ টকা জমা দিব লাগিব । (SC/ST/PH/FEMALE য়ে কোনোধৰণৰ মাচুল দিব নালাগে )

কিদৰে আবেদন কৰিব - 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদন কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰিব । নতুবা আমাৰ দ্বাৰা অনলাইন আবেদন কৰিবলৈ আমাক ফোন 7002553492 কৰিব পাৰে ।

অনলাইন আবেদনৰ অন্তিম দিন - ১৬ ফেব্ৰুৱাৰী , ২০২৩

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -   Click Here

আবেদন কৰিবলৈ ক্লিক কৰক -   Click Here

বিদ্ৰ: হেভি ট্ৰেফিকৰ বাবে চাইট ডাউন হব পাৰে । চেষ্টা কৰি থাকক ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.