পূজাত পাৰ্লাৰ নগৈ ঘৰতে বহি এইদৰে আনক আনক মুখৰ উজ্বলতা । Skin Care For Durga Puja 2021

Skin Care For Durga Puja 2021

durga puja special facepack

এইবাৰ পূজাত পাৰ্লাৰ নগৈ ঘৰতে বহি নিজকে আকৰ্ষণৰ কেন্দ্ৰ কৰি তুলিব বিচাৰে নেকি? আমাৰ মানুহৰ পাকঘৰৰ আটাইতকৈ জনাজাত খাদ্য উপাদানবোৰৰ ভিতৰত এটা হৈছে মচুৰ দাইল। আপুনি জানেনে যে এই মচুৰ দাইলে আপোনাক এই বছৰৰ পূজাত অনন্য কৰি তুলিব পাৰে? হয়, আপোনাৰ মুখখনে সকলোকে আচৰিত কৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব পাৰে।

মচুৰ দাইলত যথেষ্ট পৰিমাণৰ প্ৰ'টিন, খনিজ পদাৰ্থ, খাদ্য শক্তি, কেলচিয়াম, লো, কেৰোটিন, ভিটামিন বি আৰু শৰ্কৰা পোৱা যায়। যিয়ে আপোনাৰ মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগে লগে আপোনাৰ ছাল মসৃণ কৰি তুলে । বিভিন্ন ধৰণৰ ফেচপেক তৈয়াৰ কৰিবলৈ দাইলক আধাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

HOW TO MAKE THE FACEPACK ফেচপেক কিদৰে প্ৰস্তুত কৰিব

চাৰি চামুচ মচুৰ দাইল গোটেউ ৰাতি তিয়াই ৰাখক। ৰাতিপুৱা সেই ভিজাই থোৱা মচুৰ দাইল ব্যৱহাৰ কৰি পেষ্ট এটা বনাওক। এই পেষ্টৰ সৈতে এক চামুচ এলো ভেৰা জেল আৰু এক চামুচ নেমুৰ ৰস মিহলি কৰক। তাৰ পিছত এই মিশ্ৰণখিনি আপোনাৰ মুখত প্ৰয়োগ কৰি 15 ৰ পৰা 30 মিনিটৰ বাবে এৰি দিয়ক আৰু ধুই পেলাওক।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

আপুনি লগালগ ইয়াৰ ফলাফল দেখা পাব।

লগতে পঢ়ক - পানীত ফিটকিৰি মিহলাই গা ধুৱাৰ ৬ টা  আচৰিত লাভালাভ, জানো আহক   

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/10/skin-care-for-durga-puja-2021.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.