দুৰ্গা পূজাৰ সময়ত এই 10 টা ভুল কেতিয়াও নকৰিব, মহিলাসকলে একেবাৰে নকৰিব এইকেইটা কাম Dont make these mistakes in Durga Puja

Things you should never do during Navratri

৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা  শাৰদীয় নৱৰাত্ৰি  ১৪ অক্টোবৰত মহানৱমীৰ সৈতে সমাপ্ত হ'ব। দেৱী মাতৃৰ ভক্তিত নিমজ্জিত ভক্তসকলে ন দিন উপবাসে থাকিব। মাৰ মূৰ্তি স্থাপন কৰা হ'ব । এই পূজাৰকেইদিন কিছুমান নিয়ম আছে | এইকেইদিন এনে কিছুমান কাম আছে যিবোৰ কৰিব নালাগে আৰু ইয়াক পৰিহাৰ কৰি চলিলে আপোনাৰ বাবে শুভ বুলি মনা যায় ।যদি আপুনি দেৱী মাতৃক সন্তুষ্ট কৰিব বিচাৰে, তেন্তে এই দহটা কাম পৰিহাৰ কৰক।

Dont make these mistakes in Durga Puja

দুৰ্গা পূজাৰ সময়ত এই 10 টা কথা মনত ৰাখিব

- নৱৰাত্ৰিৰ সময়ত উপবাসে থকা লোকে দাড়ি বা চুলি কাটিব নালাগে। 

- ন দিনৰ বাবে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। পুৰুষ -মহিলা উভয়ে এই সময়ছোৱাত আমিষ আহাৰ আৰু নহৰু, পিয়াজ বৰ্জন কৰিব লাগে । 

- উপবাস ৰখা ব্যক্তি এজনে উপবাসৰ সময়ত কোনোধৰণৰ খাদ্যশস্য গ্ৰহণ কৰিব নালাগে। 

- বিষ্ণু পুৰাণৰ মতে, নৱৰাত্ৰি উপবাসৰ সময়ত দিনত শুব নালাগে।

 - উপবাসৰ সময়ত সুৰা পান সম্পূৰ্ণৰূপে নিষিদ্ধ। 

- উপবাসৰ সময়ত ধপাত সেৱনে উপবাসৰ ফল বহন নকৰে। 

- উপবাসৰ সময়ত শাৰীৰিক সম্পৰ্ক থাকিলে উপবাসৰ ফল নাথাকে। 

- ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে উপাসনা কৰিব নালাগে। ঋতুস্ৰাৱৰ সাত দিন পৰ্যন্ত উপাসনা নিষিদ্ধ থাকে।

- ন দিনৰ বাবে নখ কাটিব নালাগে। 

- এটা ঠাইত বহিহে ফল আহাৰ গ্ৰহণ কৰিব লাগে ।

লগতে পঢ়ক - পানীত ফিটকিৰি মিহলাই গা ধুৱাৰ ৬ টা  আচৰিত লাভালাভ, জানো আহক   

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/10/dont-make-these-mistakes-in-durga.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.